/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-28/pxsl5cuz/2.jpg)
ডিজিটেল সংবাদ,কামৰূপঃ আজি কামৰূপ ধপাত নিয়ন্ত্ৰণ চেলৰ দ্বাৰা জিলা আয়ুক্ত কাৰ্যালয়ত জন সচেতনতামূলক বাটৰ নাট পৰিৱেশন কৰা হয়। NO TO TOBACCO থীমেৰে কামৰূপ ধপাত নিয়ন্ত্ৰণ কোষে প্ৰান্তে প্ৰান্তে ধপাত বিৰোধী সচেতনতা কাৰ্যসূচী হাতত লয়।
ইয়াৰ মাজতে এই জনসচেতনতাৰ বিৰোধ কৰে এজন লোকে। ধপাত সেৱনৰ বিৰুদ্ধে নহয় উৎপাদনৰ ওপৰতহে নাট কৰিবলৈ দাবী জনালে সচেতন লোকজনে। ধপাত মাদক দ্ৰব্যৰ চৌদিশে বেহা পাতি এই সচেতনতা কৰি লাভ নাই বুলি দোহাৰে ব্যক্তিগৰাকীয়ে। ধপাত জাতীয় সামগ্ৰীৰে ৰাজহ সংগ্ৰহৰ লক্ষ্য লোৱা চৰকাৰে এই ভেঁকো-ভাওনা কৰি লাভ নাই বুলি ক্ষোভ উজাৰে লোকজনে ।
Also Read: ভাল কথা কোৱা মানুহ লাগে বুলি হে ৰাইজে
গৌৰৱ গগৈক সাংসদ পাতিলেঃ ৰূপজ্যোতি কুৰ্মী
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
/asomiyapratidin/media/member_avatars/a-/AFdZucrahs0cQJtCvPJgez1pmKf-b8DYLM8QcmdGGzcV=s96-c.jpeg )
 Follow Us
 Follow Us