Published on:
Updated on:
- কামপুৰৰ পটিয়াপামৰ হাতীপোটা থানৰ সমীপত অঘটন।
- ৰে'ল লাইনত এজন পুৰুষৰ মৃতদেহ উদ্ধাৰ।
- ৰে'লৰ পৰা পৰি মৃত্যু হোৱাৰ আশংকা।
- নিহত লোকজন বৰ্তমানেও চিনাক্ত হোৱা নাই।
- ঘটনাস্থলীত উপস্থিত ৰে'ল আৰক্ষী।
Code:
Asomiya Pratidin
www.asomiyapratidin.in