কামপুৰত কপিলী নদীত গা ধুবলৈ গৈ সন্ধানহীন হোৱা এগৰাকীৰ কিশোৰীৰ মৃতদেহ উদ্ধাৰ

কামপুৰত কপিলী নদীত গা ধুবলৈ গৈ সন্ধানহীন হোৱা এগৰাকীৰ কিশোৰীৰ মৃতদেহ উদ্ধাৰ
  • কামপুৰত কপিলী নদীত গা ধুবলৈ গৈ সন্ধানহীন হোৱা দুই কিশোৰীৰ এগৰাকীৰ মৃতদেহ উদ্ধাৰ।
  • এছ ডি আৰ এফে উদ্ধাৰ কৰে কিশোৰীগৰাকীৰ মৃতদেহ।
  • উদ্ধাৰ কৰা মৃত কিশোৰীগৰাকীৰ নাম হৈছে ধুনুলিকা ডেকাৰজা।
  • বৰ্তমানেও সন্ধান ওলোৱা নাই আনগৰাকী কিশোৰীৰ।
  • কিশোৰীগৰাকীৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে এছ ডি আৰ এফে।

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in