কামপুৰত পুৱাই অঘটন, শ্ৰমিকৰ মৃত্যু...

কামপুৰত পুৱাই অঘটন, শ্ৰমিকৰ মৃত্যু...
কামপুৰত পুৱাই অঘটন, শ্ৰমিকৰ মৃত্যু...

ডিজিটেল ডেস্কঃ কামপুৰ নৱনিৰ্মিত উৰনীয়া সেতুত পুৱাই অঘটন ৷ নিৰ্মিয়মান উৰনীয়া সেতুৰ পৰা পৰি এজন শ্ৰমিকৰ কৰুণ মৃত্যু ৷ কাম কৰিবলৈ ওপৰত উঠাৰ সময়তে খহি পৰে শ্ৰমিক জন ৷

ঠিকাদাৰৰ গাফিলতিতেই এই ঘটনা ৷ ওপৰৰ প্লেটত ৱল্ডিং নকৰাৰ বাবেই এই ঘটনা ৷ নিহত শ্ৰমিক জনৰ গৰ মালদাত বুলি জানিব পৰা গৈছে যদিও নাম বৰ্তমানলৈ উদ্ধাৰ কৰিব পৰা নাই ৷ ঘটনাস্থলীত কামপুৰ আৰক্ষী উপস্থিত হোৱাৰ পূৰ্বে মৃতদেহ লৈ উধাও সকলো শ্ৰমিকৰ ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in