অসম কামপুৰৰ কপিলীত গা ধুবলৈ গৈ সন্ধানহীন দুই কিশোৰী, VIDEO কামপুৰৰ কপিলীত গা ধুবলৈ গৈ সন্ধানহীন দুই কিশোৰী, VIDEO asomiyapratidin 16 Mar 2019 12:24 IST Follow UsNew Updateকামপুৰ নিজ জৰাবাৰীত অঘটন৷কপিলী নদীত গা ধুবলৈ গৈ দুই কিশোৰী সন্ধানহীন৷স্থানীয় ৰাইজে নাওঁ লৈ অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান৷সন্ধানহীন কিশোৰী দুগৰাকী ধুনুলিকা ডেকাৰজা আৰু জান পাটৰ৷ঘটনাস্থলীলৈ ৰাওনা হৈছে আৰক্ষী।আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক