অসম কামপুৰ-যমুনামুখ সংযোগী পথত কাঠভৰ্তি বাহন জব্দ, চালক-হেণ্ডিমেনক আটক বন বিভাগৰ… কামপুৰ-যমুনামুখ সংযোগী পথত কাঠভৰ্তি বাহন জব্দ, চালক-হেণ্ডিমেনক আটক বন বিভাগৰ… asomiyapratidin 25 Nov 2021 20:50 IST Follow UsNew Updateকামপুৰ-যমুনামুখ সংযোগী পথত মূল্যৱান কাঠভৰ্তি টাটা ম'বাইল জব্দ।জব্দকৃত কাঠখিনিৰ মূল্য প্রায় ৫ লাখ টকা বুলি জানিব পৰা গৈছে।বাহনখনৰ ড্রাইভাৰ আৰু হেণ্ডিমেনক আটক কৰিছে বন বিভাগে।কাঠখিনি কঢ়িয়াই অনা গাড়ীখনৰ নম্বৰ এএছ ০২ই ৫৯০৯।আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক