/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/3297cc07-cecc-4f4e-ad06-8d9af660a501/trgg.jpg)
-
কামপুৰ পূব গুইমাৰীত অঘটন ৷
-
চলন্ত ৰেলৰ পৰা পৰি এজন লোকৰ মৃত্যু ৷
-
মৃত লোকজন কলিকতাৰ লোহিত কডিয়া বুলি চিনাক্ত ৷
-
তিনিচুকীয়াৰ পৰা কলিকতালৈ গৈ আছিল লোকজন ৷
-
নামনিমুৱা ৰাজধানী এক্সপ্ৰেছৰ পৰা পৰি যোৱাৰ সন্দেহ স্থানীয় ৰাইজৰ ৷
-
ঘটনাস্থলীত ৰেল আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোওৰ পৰীক্ষাৰ ব্যৱস্থা কৰিছে ৷