Published on:
Updated on:
- কামপুৰৰ ঘিলানী গাঁৱত নিশা উত্তপ্ত পৰিস্থিতি।
- মদ্যপান কৰি দুই পক্ষৰ মাজত প্ৰচণ্ড মাৰপিট।
- ঘটনাত এগৰাকী মহিলাসহ চাৰিজন লোক আহত।
- আহতসকলক কামপুৰ এফ আৰ ইউত ভৰ্তি।
- আৰক্ষী, অৰ্ধসামৰিক বাহিনীয়ে নিয়ন্ত্ৰণ কৰিলে পৰিস্থিতি।
Code:
Asomiya Pratidin
www.asomiyapratidin.in