Published on:
Updated on:
- কামপুৰত সংঘটিত হৈছে এক পথ দুৰ্ঘটনা।
- দক্ষিণ কামপুৰ হাইস্কুলৰ সন্মুখত সংঘটিত হৈছে দুৰ্ঘটনাতো।
- বাইক আৰু স্কুটীৰ মুখামুখি সংঘৰ্ষ।
- থিতাতে নিহত হৈছে এজন।
- নিহত লোকজনৰ নাম ৰাজু আহমেদ।
- আনহাতে আহত গুলজাৰ হুছেইন বৰ্তমান কামপুৰ এফ আৰ ইউত চিকিৎসাধীন হৈ আছে।
Code:
Asomiya Pratidin
www.asomiyapratidin.in