Published on:
Updated on:
- কলিয়াবৰৰ বুঢ়াপাহাৰত খালী চিলিণ্ডাৰ কঢ়িওৱা এখন ট্ৰাক দুৰ্ঘটনাত পতিত হয়।
- বুঢ়াপাহাৰৰ কেঁকুৰিত নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাত পতিত হয় গাড়ীখন।
- গাড়ী খনৰ নম্বৰ ডব্লিউ বি ৩৯ বি ৮৯১০।
- পাঁচ শতাধিক খালী চিলিণ্ডাৰ আছিল দুৰ্ঘটনাগ্ৰস্ত ট্ৰাক খনত।
- দুৰ্ঘটনাত কথমপি প্ৰাণ ৰক্ষা পৰে চালক জনৰ।
- চামগুৰিৰ পৰা নুমলীগড়লৈ গৈ থকাৰ পথত সংঘটিত হয় এই দূৰ্ঘটনা।
Code:
Asomiya Pratidin
www.asomiyapratidin.in