New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/af3a61f9-4a25-4d28-93bc-d339dfe183f5/aimu.jpg)
মাছ ধৰিবলৈ গৈ পুখুৰীত সলিল সমাধি যুৱকৰ
কলিয়াবৰৰ নলতলীত অঘটন।
মাছ ধৰিবলৈ গৈ পুখুৰীত সলিল সমাধি যুৱকৰ।
বৃহস্পতিবাৰে সংঘটিত হয় এই ঘটনা।
মৃত যুৱকজন নলতলী গাঁৱৰ জগদীশ দাস বুলি চিনাক্ত।
পুৱা পুখুৰীত মাছ ধৰিবলৈ গৈছিল জগদীশ দাসে।
SDRF বাহিনীৰ অভিযানত উদ্ধাৰ জগদীশ দাসৰ মৃতদেহ।