অসম
কলিয়াবৰত যাত্ৰাবাহী ৰে’ল অৱৰোধ, তেজপুৰতো ৰাজপথত টায়াৰ জ্বলাই উত্তাল প্ৰতিবাদ
- কলিয়াবৰৰ জখলাবন্ধাত যাত্ৰাবাহী ৰে'ল অৱৰোধ।
- নামনিমুৱা শিলঘাট-গুৱাহাটী ৰে'ল অৱৰোধ বন্ধ সমৰ্থকৰ।
- তেজপুৰতো ৰাজপথত টায়াৰ জ্বলাই উত্তাল প্ৰতিবাদ।
- আৰক্ষীয়ে আটক কৰে বন্ধ সমৰ্থকক।
- আৰক্ষীৰ নিৰাপত্তা বেষ্টনীৰ মাজত এ এছ টি চিৰ বাছৰ চলাচল।