অসম কাকপথাৰত বৃহৎ পৰিমানৰ গাঞ্জাসহ গ্ৰেপ্তাৰ এজন আৰক্ষীৰ লোক… কাকপথাৰত বৃহৎ পৰিমানৰ গাঞ্জাসহ গ্ৰেপ্তাৰ এজন আৰক্ষীৰ লোক… asomiyapratidin 28 Feb 2019 18:10 IST Follow UsNew Updateকাকপথাৰত বৃহৎ পৰিমানৰ গাঞ্জা জব্দ ৷ গাঞ্জা সৰবৰাহত গ্ৰেপ্তাৰ এজন আৰক্ষীসহ গাড়ী চালক ৷ গ্ৰেপ্তাৰ আৰক্ষী লোকগৰাকী ৰমেন নেওঁগ, চালক প্ৰতিম শইকীয়া ৷ ছেন্ট্ৰ গাড়ীখনৰ নম্বৰ এ এছ ০৬ বি ৮১২১। আৰক্ষীৰ অব্যাহত ৰাখিছে অনুসন্ধান।আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক