Advertisment

কাজিৰঙাৰ সুৰক্ষাৰ ক্ষেত্ৰত নতুন সংযোজন…

কাজিৰঙাৰ সুৰক্ষাৰ ক্ষেত্ৰত নতুন সংযোজন…

author-image
asomiyapratidin
New Update
কাজিৰঙাৰ সুৰক্ষাৰ ক্ষেত্ৰত নতুন সংযোজন…

ডিজিটেল ডেস্কঃ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সুৰক্ষাকৰ্মীক প্ৰদান কৰা হৈছে বিশেষ ফোন। ৰাষ্ট্ৰীয় উদ্যানখনৰ নিৰাপত্তাৰ দিশটোক অধিক শক্তিশালী কৰি সুৰক্ষাকৰ্মীৰ হাতত প্ৰদান কৰা হৈছে ছেটেলাইট ফোন। উদ্যানখনৰ সুৰক্ষাকৰ্মীক প্ৰদান কৰা হৈছে ১১ টাকৈ ছেটেলাইট ফোন।

Advertisment

ৰাজ্যৰ মুখ্য সচিব জিষ্ণু বৰুৱাই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি শিৱকুমাৰৰ হাতত প্ৰদান কৰিছে এই ১১ টা ফোন। বানপানীৰ সময়চোৱাত গঁড়ক চিকাৰীৰ পৰা ৰক্ষা কৰাৰ উদ্যেশ্যৰে এই ছেটেলাইট ফোনৰ ব্যৱস্থা কৰা হৈছে। এই ১১ টা ছেটেলাইট ফোনৰ ভিতৰত ৭ টা ফোন উদ্যানখনৰ পূৱ সংমণ্ডলত ৰখা হ'ব বুলি জানিব পৰা গৈছে।