Published on:
Updated on:
- জুৰীয়াৰ বৃহস্পতিবাৰে নিশা সংঘটিত হয় অগ্নিকাণ্ড।
- বৰালিমাৰীত নিশা অগ্নিকাণ্ডত ভস্মীভূত হ'ল এখন কাপোৰৰ দোকান।
- বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলতে অগ্নিকাণ্ডৰ সন্দেহ।
- এই অগ্নিকাণ্ডত লক্ষাধিক টকাৰ সা-সামগ্ৰী জুইত জাহ যোৱা বুলি জানিব পৰা গৈছে।
Code:
Asomiya Pratidin
www.asomiyapratidin.in