বৃহস্পতিবাৰৰ পৰা যোৰহাটত আৰম্ভ হ'ব আনলক প্ৰক্ৰিয়া।
গুৱাহাটীৰ দৰে যোৰহাটতো খুলিব পাৰিব বজাৰসমূহ।
পথৰ এটাফালে দোকানসমূহ খোলাৰ নিৰ্দেশ প্ৰশাসনৰ।
বিপৰীত দিশৰ দোকানসমূহ খুলিব পাৰিব পিছৰদিনা।
এন আই ডি,তিতাবৰ চিভিল হাস্পতাল ৰূপান্তিৰত হ'ব ক'ভিড হাস্পতাললৈ।