New Update
- বিশিষ্ট সাংবাদিক যদু কাকতি গুৰুতৰভাৱে অসুস্থ।
- জুলাইৰ পৰা অসুস্থ হৈ আছে ৮৮ বছৰীয়া সাংবাদিকগৰাকী।
- ১৯৬৬চনতেই 'অসম বাতৰি' কাকতৰ সৈতে সাংবাদিকতা আৰম্ভ কৰিছিল।
- জাৰ্ণেলিষ্ট এছ'চিয়েশ্যন অৱ আছামৰ কাৰ্যকৰী সভাপতিৰ দায়িত্ব পালন কৰিছিল তেওঁ।
- বিশিষ্ট সাংবাদিকগৰাকী উচ্চ ৰক্তচাপ, হৃদ ৰোগ, স্নায়ুজনিত ৰোগত আক্ৰান্ত।
- ব্যয়বহুল চিকিৎসাৰ বাবে আৰ্থিক সংকটত ভুগিছে সাংবাদিকগৰাকীয়ে।
- বিশিষ্ট সাংবাদিকগৰাকীৰ চিকিৎসা ব্যৱস্থা কৰিবলৈ ৰাজ্য চৰকাৰক দাবী জনাইছে নেশ্যনেল ইউনিয়ন অৱ জাৰ্ণেলিষ্ট মিডিয়াকে ধৰি জাৰ্ণেলিষ্ট এছ'চিয়েশ্যন অৱ আছামে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us