জালুকনিবাৰী আৰক্ষী চকীৰ ভাৰপ্রাপ্ত বিষয়াক নিলম্বন

জালুকনিবাৰী আৰক্ষী চকীৰ ভাৰপ্রাপ্ত বিষয়াক নিলম্বন
Published on
Updated on

ডিজিটেল সংবাদ,তিতাবৰঃ তিতাবৰ জালুকনিবাৰী আৰক্ষী চকীৰ ভাৰপ্রাপ্ত বিষয়াক নিলম্বন। তথ্য অনুসৰি, কৰ্মত গাফিলতি কৰাৰ অভিযোগত নিলম্বন কৰা হৈছে ভাৰপ্রাপ্ত আৰক্ষী বিষয়াজনক।

নিলম্বিত বিষয়াগৰাকী চন্দ্র নেওগ বুলি জানিব পৰা গৈছে। যোৰহাট আৰক্ষী অধীক্ষকৰ নিৰ্দেশ অনুসৰি চন্দ্র নেওগক নিলম্বন কৰা হয়।শনিবাৰে নিশা হোৱা পথ দুৰ্ঘটনা সন্দৰ্ভত নিলম্বন কৰা হৈছে ভাৰপ্রাপ্ত আৰক্ষী বিষয়া চন্দ্র নেওগ। 

জালুকনিবাৰী আৰক্ষী চকীৰ ভাৰপ্রাপ্ত বিষয়াক নিলম্বন
অসম চৰকাৰৰ বান প্ৰস্তুতিৰ মূল্যাংক সূচীত মৰিগাঁৱৰ শীৰ্ষ স্থান দখল...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in