যোৰহাটত ভোটগণনা চলি আছে শান্তিপূৰ্ণভাৱে

যোৰহাটত ভোটগণনা চলি আছে শান্তিপূৰ্ণভাৱে
  • যোৰহাট জিলাত দুটা ভোটগণনা কেন্দ্ৰত চলি আছে পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনা।
  • তিতাবৰ আৰু যোৰহাট ভোটগণনা কেন্দ্ৰ দুটাত পুৱাৰে পৰা আৰম্ভ হৈছে ভোটগণনা।
  • আজি নিশা ৯ বজাৰ ভিতৰত ভোটগণনা সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা।
  • জিলাখনত জিলা পৰিষদৰ আসনৰ সংখ্যা ১৯।
  • আঞ্চলিক পঞ্চায়তৰ সদস্যৰ সংখ্যা ৯০।
  • গাঁও পঞ্চায়তৰ সভাপতিৰ সংখ্যা ৯০।
  • গাঁও পঞ্চায়তৰ সদস্যৰ সংখ্যা ৯০০।

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in