New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/11/panchayat-election.jpg)
- যোৰহাট জিলাত দুটা ভোটগণনা কেন্দ্ৰত চলি আছে পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনা।
- তিতাবৰ আৰু যোৰহাট ভোটগণনা কেন্দ্ৰ দুটাত পুৱাৰে পৰা আৰম্ভ হৈছে ভোটগণনা।
- আজি নিশা ৯ বজাৰ ভিতৰত ভোটগণনা সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা।
- জিলাখনত জিলা পৰিষদৰ আসনৰ সংখ্যা ১৯।
- আঞ্চলিক পঞ্চায়তৰ সদস্যৰ সংখ্যা ৯০।
- গাঁও পঞ্চায়তৰ সভাপতিৰ সংখ্যা ৯০।
- গাঁও পঞ্চায়তৰ সদস্যৰ সংখ্যা ৯০০।