New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/12/2f2108ed-5741-48ef-97bd-b94a9370ef45.jpg)
- যোৰহাটৰ ভোটগ্ৰণনা কেন্দ্ৰত উত্তপ্ত পৰিস্থিতি।
- কেৱল বিজেপি প্ৰাৰ্থীক ভোটগণনা কেন্দ্ৰত প্ৰৱেশৰ অনুমতি দিয়াৰ অভিযোগ।
- কংগ্ৰেছ আৰু অগপ দলৰ প্ৰাৰ্থীসকলে উত্থাপন কৰে এই অভিযোগ।
- যোৰহাট চৰকাৰী বহুমুখী প্ৰাথমিক বিদ্যালয়ত এই উত্তপ্ত পৰিস্থিতি।
- পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা আৰক্ষীৰ।