যোৰহাটত ভোটগণনা কেন্দ্ৰত উত্তপ্ত পৰিস্থিতি, চাওঁক VIDEO

যোৰহাটত ভোটগণনা কেন্দ্ৰত উত্তপ্ত পৰিস্থিতি, চাওঁক VIDEO
  • যোৰহাটৰ ভোটগ্ৰণনা কেন্দ্ৰত উত্তপ্ত পৰিস্থিতি।
  • কেৱল বিজেপি প্ৰাৰ্থীক ভোটগণনা কেন্দ্ৰত প্ৰৱেশৰ অনুমতি দিয়াৰ অভিযোগ।
  • কংগ্ৰেছ আৰু অগপ দলৰ প্ৰাৰ্থীসকলে উত্থাপন কৰে এই অভিযোগ।
  • যোৰহাট চৰকাৰী বহুমুখী প্ৰাথমিক বিদ্যালয়ত এই উত্তপ্ত পৰিস্থিতি।
  • পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা আৰক্ষীৰ।

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in