New Update
- যোৰহাটৰ পূব চাৰিগাও গাও পঞ্চায়ত অগপৰ দখলত।
- সভাপতি মেঘালী মহন্ত আৰু আঞ্চলিক সদস্য পুলিন বৰদলৈ জয়ী।
- ৩নং ৱাৰ্ডত জয়লাভ অগপৰ সদস্য প্ৰাৰ্থী।
- যোৰহাটৰ, সৰুচৰাই জিলা পৰিষদৰ অন্তৰ্গত ৩৮ নং বালিগাও গাও পঞ্চায়তত বিজেপিৰ সাফল্য।
- সভাপতিৰ পদত লক্ষীমাই নেওগ, আঞ্চলিক পঞ্চায়তৰ সদস্য পদত বিজেপিৰ বন্তি দত্ত জয়ী হয়।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us