যোৰহাটৰ পঞ্চায়ত নিৰ্বাচনৰ শেহতীয়া তথ্য

  • যোৰহাটৰ পূব চাৰিগাও গাও পঞ্চায়ত অগপৰ দখলত।
  • সভাপতি মেঘালী মহন্ত আৰু আঞ্চলিক সদস্য পুলিন বৰদলৈ জয়ী।
  • ৩নং ৱাৰ্ডত জয়লাভ অগপৰ সদস্য প্ৰাৰ্থী।
  • যোৰহাটৰ, সৰুচৰাই জিলা পৰিষদৰ অন্তৰ্গত ৩৮ নং বালিগাও গাও পঞ্চায়তত বিজেপিৰ সাফল্য।
  • সভাপতিৰ পদত লক্ষীমাই নেওগ, আঞ্চলিক পঞ্চায়তৰ সদস্য পদত বিজেপিৰ বন্তি দত্ত জয়ী হয়।

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in