Published on:
Updated on:
- যোৰহাটত গ্ৰেপ্তাৰ কনিষ্ঠ অভিযন্তা।
- অভিযন্তাগৰাকীৰ নাম দেৱব্ৰত ফুকন।
- প্ৰৱঞ্চনাৰ গোচৰত গ্ৰেপ্তাৰ কৰা হৈছে ফুকনক।
- আইডব্লিউটিচিৰ কনিষ্ঠ অভিযন্তা ফুকন।
- তেওঁ যোৰহাটৰ নিমাতিঘাটত কৰ্মৰত হৈ আছিল।
- লখিমপুৰৰ এজন লোকৰ পৰা তেওঁ টকা লোৱাৰ অভিযোগ।
- ২ লাখ টকা লৈছিল অভিযন্তাগৰাকীয়ে।
- চাকৰিৰ প্ৰলোভনেৰে তেওঁ এই ধন লৈছিল।
- দত্ত উপাধিৰ এগৰাকী লোকৰ পৰা তেওঁ ২ লাখ টকা লোৱাৰ অভিযোগ।
- ধন ঘূৰাই দিয়াৰ নামত তেওঁ লোকজনক এখন চেক দিছিল।
- কিন্তু সেই চেক বাউন্স হৈছিল।
Code:
Asomiya Pratidin
www.asomiyapratidin.in