তীব্ৰ বেগী ট্ৰাকে মহটিয়াই নিলে পথচাৰীক, চিনাক্ত হোৱা নাই পৰিচয়

যোৰাবাটত পথ দুৰ্ঘটনা।
road accident
road accidentroad accident
  • যোৰাবাটত পথ দুৰ্ঘটনা।

  • ট্রাকে মহটিয়াই নিলে এজন পথচাৰীক।

  • যোৰাবাট আৰক্ষী চকীৰ সন্মুখত এই দুৰ্ঘটনা।

  • দুৰ্ঘটনাত থিতাতে নিহত পথচাৰীজন।

  • বৰ্তমানলৈ চিনাক্ত কৰিব পৰা নাই পথচাৰীজনৰ পৰিচয়।

  • যোৰাবাট আৰক্ষীয়ে আটক কৰে ট্রাকখনৰ চালকক।

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in