New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/5ab87155-909e-49f9-a8ce-a3b39c030bca/accident_7.jpg)
road accident road accident
-
যোৰাবাটত পথ দুৰ্ঘটনা।
-
ট্রাকে মহটিয়াই নিলে এজন পথচাৰীক।
-
যোৰাবাট আৰক্ষী চকীৰ সন্মুখত এই দুৰ্ঘটনা।
-
দুৰ্ঘটনাত থিতাতে নিহত পথচাৰীজন।
-
বৰ্তমানলৈ চিনাক্ত কৰিব পৰা নাই পথচাৰীজনৰ পৰিচয়।
-
যোৰাবাট আৰক্ষীয়ে আটক কৰে ট্রাকখনৰ চালকক।