নামঘৰৰ প্রসাদত বিষক্রিয়া ঘটি ৭২গৰাকী লোক অসুস্থ

নামঘৰৰ প্রসাদত বিষক্রিয়া ঘটি ৭২গৰাকী লোক অসুস্থ

author-image
Asomiya Pratidin
New Update
লাহৰীঘাটত ৫ টাকৈ ঘৰ ভস্মীভূতঃ ফায়াৰ বিগ্ৰেডলৈ শিল নিক্ষেপ...

bokajan lightning

  • জোনাইৰ ডেকাপামৰ অৱমনলা গাঁৱত অঘটন।

  • নামঘৰৰ প্রসাদত বিষক্রিয়া ঘটি ৭২গৰাকী লোক অসুস্থ।

  • শুকুৰবাৰে সংঘটিত হয় এই ঘটনা।

  • প্রসাদ খোৱাৰ পিছতে জ্বৰ, মূৰৰ বিষ, পেট বিষত আক্রান্ত লোকসকল।

  • অসুস্থ লোকসকলক অৱমনলা প্রাথমিক চিকিৎসালয়ত ভৰ্তি।

  • সংকটজনক অৱস্থাত এজনক ধেমাজিলৈ প্রেৰণ।