New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/09/agrani-news-750x430.jpg)
- জোনাইত জব্দ বৃহৎ পৰিমাণৰ ব্ৰাউন ছুগাৰ।
- লেকু জেলম গাঁৱত উদ্ধাৰ ব্ৰাউন ছুগাৰয
- মাটিত পুতি থোৱা অৱস্থাত উদ্ধাৰ কৰিলে আৰক্ষীয়ে।
- আটক ড্ৰাগছ সৰবৰাহকাৰী বসন্ত পেগু আৰু কান্ত দলে।
- পাইত উপাধিৰ এজন ড্ৰাগছ ব্যৱসায়ীৰ ঘৰতো অভিযান।
- পূৰ্বে কেইবাবাৰো জে'লৰ ভাত খাইছে এইজন লোকে।
- অৱশ্যে আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম নহ'ল ড্ৰাগছ।
/asomiyapratidin/media/agency_attachments/2024/11/06/2024-11-06t103056273z-dwa-ad-banner-2024-300x250.png)
Follow Us