জোনাইত জব্দ বৃহৎ পৰিমাণৰ ব্ৰাউন ছুগাৰ, আটক ২

জোনাইত জব্দ বৃহৎ পৰিমাণৰ ব্ৰাউন ছুগাৰ, আটক ২
  • জোনাইত জব্দ বৃহৎ পৰিমাণৰ ব্ৰাউন ছুগাৰ।
  • লেকু জেলম গাঁৱত উদ্ধাৰ ব্ৰাউন ছুগাৰয
  • মাটিত পুতি থোৱা অৱস্থাত উদ্ধাৰ কৰিলে আৰক্ষীয়ে।
  • আটক ড্ৰাগছ সৰবৰাহকাৰী বসন্ত পেগু আৰু কান্ত দলে।
  • পাইত উপাধিৰ এজন ড্ৰাগছ ব্যৱসায়ীৰ ঘৰতো অভিযান।
  • পূৰ্বে কেইবাবাৰো জে'লৰ ভাত খাইছে এইজন লোকে।
  • অৱশ্যে আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম নহ'ল ড্ৰাগছ।

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in