Published on:
Updated on:
- বঙাইগাঁওৰ যোগীঘোপাত নিশা চাঞ্চল্যকৰ ডকাইতিৰ ঘটনা।
- নিশা ২ মান বজাত কুঠিপাৰাত এই ঘটনা।
- ঠিকাদাৰ আনোৱাৰ আলীৰ ঘৰত সংঘটিত হ'য় এই ঘটনা।
- পিষ্টল দেখুৱাই লুটপাত, গৃহস্থৰ হাত-ভৰি বান্ধি লুটিলে সা-সামগ্ৰী।
- ডকাইতে লুটি নিলে ৫ লাখ টকাৰ সোণৰ অলংকাৰ, ৪.৫ লাখ নগদ ধন আৰু এখন Nissan terrano ( AS 19 K 8807 )বাহনো।
- ঘটনাক লৈ যোগীঘোপাত চাঞ্চল্য অব্যাহত ঘটনাস্থলীত ৷
- যোগীঘোপা আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ।
Code:
Asomiya Pratidin
www.asomiyapratidin.in