প্ৰতীকি ফটো
Published on:
Updated on:
- শোণিতপুৰত অবৈধভাৱে মাছ মৰা দুই দুৰ্বৃত্তক আটক।
- বালিপৰাৰ নামেৰী বনাঞ্চলৰ অন্তৰ্গত জীয়াভৰলী নৈত অবৈধভাৱে মাছ মাৰিছিল আটকাধীনদ্বয়।
- বন বিভাগে আটক কৰে লোক দুয়োকে।
- ধৃত দুজন ক্ৰমে- সঞ্জীৱ নাৰ্জাৰী আৰু সূৰ্য বসুমতাৰী।
Code:
Asomiya Pratidin
www.asomiyapratidin.in