Published on:
Updated on:
- ৰাজ্যত বানৰ বিভাষিকাৰ মাজতে জাপানীজ এনকেফেলাইটিছ ৰোগৰ আতংক।
- জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ ওদালগুৰিত আন এজন যুৱকৰ মৃত্যু।
- মৃত যুৱকজন হৈছে হৰিশিঙা আৰক্ষী চকীৰ অন্তৰ্গত ৪ নং আমজুলি গাওঁৰ কৃষ্ণ বাহাদুৰ খডকা
- তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাত শেষ নিশ্বাস ত্যাগ কৰে যুৱকজনে ।
Code:
Asomiya Pratidin
www.asomiyapratidin.in