Published on:
Updated on:
- জনতা ভৱনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত কেবিনেট বৈঠক।
- সন্দিয়া ৬ বজাৰ পৰা আৰম্ভ হয় এই বৈঠক।
- মন্ত্ৰীসকলক দপ্তৰ বিতৰণৰ পাছত প্ৰথমখম কেবিনেট বৈঠক এয়া।
- জনতা ভৱনৰ কনফাৰেন্স হলত অনুষ্ঠিত হৈছে এই বৈঠকখন।
- বৈঠকত মুখ্যমন্ত্ৰীৰ সৈতে উপস্থিত আছে ১৩জনকৈ মন্ত্ৰী।
Code:
Asomiya Pratidin
www.asomiyapratidin.in