New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/12/6c34f59b-8421-4500-8619-2429ff34ebce.jpg)
- জালুকবাৰী সমষ্টিৰ বেজেৰা জিলা পৰিষদত আগবাঢ়ি আছে বিজেপি প্ৰাৰ্থী।
- সমষ্টিটোত বিজেপি প্ৰাৰ্থী অনিলচন্দ্ৰ ডেকা।
- অগপৰ সৈতে তীব্ৰ প্ৰতিদ্বন্দ্বিতা হৈছে বিজেপিৰ।
- ১৬৫ভোটত আগবাঢ়ি আছে ডেকা।
- আনহাতে গাঁও পঞ্চায়তৰ সদস্য পদ দখল কৰিছে বিজেপিয়ে।