জালুকবাৰী সমষ্টিৰ বেজেৰাত বিজেপি প্ৰাৰ্থীৰ অগ্ৰগতি

জালুকবাৰী সমষ্টিৰ বেজেৰাত বিজেপি প্ৰাৰ্থীৰ অগ্ৰগতি
  • জালুকবাৰী সমষ্টিৰ বেজেৰা জিলা পৰিষদত আগবাঢ়ি আছে বিজেপি প্ৰাৰ্থী।
  • সমষ্টিটোত বিজেপি প্ৰাৰ্থী অনিলচন্দ্ৰ ডেকা।
  • অগপৰ সৈতে তীব্ৰ প্ৰতিদ্বন্দ্বিতা হৈছে বিজেপিৰ।
  • ১৬৫ভোটত আগবাঢ়ি আছে ডেকা।
  • আনহাতে গাঁও পঞ্চায়তৰ সদস্য পদ দখল কৰিছে বিজেপিয়ে।

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in