জালুকবাৰীৰ আগদলা গাঁও পঞ্চায়ত বিজেপিৰ দখলত

জালুকবাৰীৰ আগদলা গাঁও পঞ্চায়ত বিজেপিৰ দখলত

author-image
asomiyapratidin
New Update
জালুকবাৰীৰ আগদলা গাঁও পঞ্চায়ত বিজেপিৰ দখলত

  • আগদলা গাঁও পঞ্চায়তৰ সভাপতি পদত বিজেপি প্ৰাৰ্থীৰ জয়।
  • বিজেপি প্ৰাৰ্থী তিলকচন্দ্ৰ শৰ্মাই লাভ কৰিলে ৪,৬৭৯টা ভোট।
  • কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে লাভ কৰে ২,২৫৫টা ভোট।
  • আঞ্চলিক পঞ্চায়তৰ সদস্যৰ পদতো বিজেপিৰ মনোজ কাকতি জয়যুক্ত।
  • কাকতিয়ে লাভ কৰে ৩,৪৬১টা ভোট।
  • কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে লাভ কৰিলে ১,৯২২টা ভোট।
  • অগপ প্ৰাৰ্থীগৰাকীয়ে লাভ কৰে ১,৫৩৬টা ভোট।
  • আমিনগাঁও কামৰূপ মহকুমা কাৰ্যালয়ত ভোটগণনা অব্যাহত।
  • ভোটগণনা কেন্দ্ৰৰ সমুখত অগণন ভিৰ প্ৰাৰ্থী সমৰ্থকৰ।
Advertisment