New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/05/guigui.jpg)
- জাগীৰোডত চাৰি দুৰ্ধৰ্ষ গঁড় চিকাৰীক গ্ৰেপ্তাৰ।
- চোৰাংচোৱাৰ সূত্ৰৰ ভিত্তিত অসম আৰক্ষী, বন বিভাগ আৰু বন্যপ্ৰাণী অপৰাধ নিয়ন্ত্ৰণ শাখাই যৌথভাৱে অভিযান চলাই গ্ৰেপ্তাৰ কৰে চিকাৰীকেইটাক।
- ধৃত আটাইকেইজন চিকাৰী আছিল অসম আৰক্ষীৰ ম'ষ্ট ৱাণ্টেড অপৰাধী।
- বিভিন্ন গঁড় হত্যাৰ ঘটনাত জড়িত ধৃত চিকাৰীকেইটা।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us