জাগীৰোডত ৪ দুৰ্ধৰ্ষ গঁড় চিকাৰীক গ্ৰেপ্তাৰ…

জাগীৰোডত ৪ দুৰ্ধৰ্ষ গঁড় চিকাৰীক গ্ৰেপ্তাৰ…
  • জাগীৰোডত চাৰি দুৰ্ধৰ্ষ গঁড় চিকাৰীক গ্ৰেপ্তাৰ।
  • চোৰাংচোৱাৰ সূত্ৰৰ ভিত্তিত অসম আৰক্ষী, বন বিভাগ আৰু বন্যপ্ৰাণী অপৰাধ নিয়ন্ত্ৰণ শাখাই যৌথভাৱে অভিযান চলাই গ্ৰেপ্তাৰ কৰে চিকাৰীকেইটাক।
  • ধৃত আটাইকেইজন চিকাৰী আছিল অসম আৰক্ষীৰ ম'ষ্ট ৱাণ্টেড অপৰাধী।
  • বিভিন্ন গঁড় হত্যাৰ ঘটনাত জড়িত ধৃত চিকাৰীকেইটা।

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in