Published on:
Updated on:
- জাগীৰোডৰ ভেৰভেৰীত বিজেপি কৰ্মীৰ মৃতদেহ উদ্ধাৰ।
- বৃহস্পতিবাৰে পুৱা উদ্ধাৰ হয় মৃতদেহটো।
- পথৰ দাঁতিৰ এটা পুখুৰীত উদ্ধাৰ মৃতদেহটো।
- মৃত লোকজনৰ নাম সোমেশ্বৰ শইকীয়া।
- ঘটনাক লৈ আৰক্ষীৰ তদন্ত অব্যাহত।
Code:
Asomiya Pratidin
www.asomiyapratidin.in