New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/04/add-1.png)
- জাগীৰোডত জব্দ প্রায় ৫ কোটি টকাৰ ড্রাগছ।
- আৰক্ষীয়ে আটক কৰে ৩ সৰবৰাহকাৰী।
- আটক মণিপুৰৰ বশিৰ খান, আলতাফ খান, গুৱাহাটীৰ জহিৰুল।
- মণিপুৰৰ পৰা ট্রাকত আনিছিল ড্রাগছখিনি।
- জব্দ NL 01 K 9543, NL O1 N 5480 নম্বৰৰ দুখন ট্রাক।
- জব্দ AS 01 KC 5660 নম্বৰৰ এখন অ'টো ভান।