New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/10/eimuhurtor-khobor-copy-1.jpg)
- জাগীৰোডত অঘটন।
- বনৰক্ষীৰ গুলীত নিহত এজন লোক।
- আনহাতে গুৰুতৰভাৱে আহত হৈছে আন এজন লোক।
- জাগীৰোডৰ সমীপৱৰ্তী কুঠৰীগাঁৱত সংঘটিত হৈছে এই ঘটনা।
- বনৰক্ষীৰ গুলীত নিহত লোকজনৰ নাম বৰসিং টিছু।
- আহত ব্যক্তিজনৰ নাম ৰজিত সিনহা।
- ৰনজিত নিনহাক ভৰ্তি কৰোৱা হৈছে হাস্পাতালত।
- এই ঘটনাৰ পিছতে উত্তপ্ত হৈ পৰিছে অঞ্চলটো।
- উত্তেজিত জনতাই ভাঙি লণ্ডভণ্ড কৰিলে বন বিষয়াৰ কাৰ্যালয়।