New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/08/udalguri-03f-c744-4db3-a9e7-607adc875ce7.jpg)
- স্বাধীনতা দিৱস উপলক্ষে ৰাজ্যৰ আৰক্ষী বিষয়া-জোৱান সকললৈ আগবঢ়োৱা হ'ব মুখ্যমন্ত্ৰীৰ পাৰদৰ্শিতা মেডেল।
- ওদালগুৰিৰ দুগৰাকী আৰক্ষী বিষয়ালৈ এই সন্মান।
- কৰ্তব্যত পাৰদৰ্শিতাৰ বাবে দিয়া হ'ব এই মেডেল।
- ওদালগুৰিৰ আৰক্ষী অধীক্ষক ৰিপুল দাস, উপ-আৰক্ষী অধীক্ষক মইদুল ইছলামলৈ এই সন্মান।
- শনিবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰদান কৰিব এই মেডেল।