IAS বিষয়া ৰাজেশ প্ৰসাদৰ বিয়োগ…

IAS বিষয়া ৰাজেশ প্ৰসাদৰ বিয়োগ…

author-image
asomiyapratidin
New Update
আৰক্ষী থানাৰ ভিতৰতে আৰক্ষী বিষয়াৰ আত্মহত্যা…

  • আই এ এছ বিষয়া ৰাজেশ প্ৰসাদৰ মৃত্যু।
  • ৰাজ্যৰ শীৰ্ষ আমোলা আছিল ৰাজেশ প্ৰসাদ।
  • গুৱাহাটীৰ এখন ব্যক্তিগত হাস্পতালত মৃত্যু হয় বিষয়াগৰাকীৰ।
  • কোভিডত আক্ৰান্ত হৈ হাস্পতালত ভৰ্তি হৈ আছিল ৰাজেশ প্ৰসাদ।
  • নগৰ উন্নয়ন পৰিক্ৰমা বিভাগৰ প্ৰধান সচিব আছিল ৰাজেশ প্ৰসাদ।
  • ১৯৯৫ চনৰ অসম-নাগালেণ্ড কেডাৰ আই এ এছ বিষয়া আছিল ৰাজেশ প্ৰসাদ।