/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/0e4dbbc2-a3ab-40bd-9fbd-b59a469f31e8/CRIME_09.jpg)
প্ৰতীকি ফটো
-
ফিল’বাৰী বিষ্ণুপুৰ গাঁৱত লোমহৰ্ষক হত্যাকাণ্ড।
-
স্বামীয়ে ডিঙি চেপি হত্যা কৰিলে এগৰাকী মহিলাক।
-
বৃহস্পতিবাৰে পোহৰলৈ আহে এই ঘটনা।
-
অভিযুক্ত স্বামী ভূকেশ মাঝিক গ্রেপ্তাৰ কৰে ফিল’বাৰী আৰক্ষীয়ে।
-
সুৰাপান কৰি মাৰপিট কৰাৰ লগতে ডিঙি চেপি হত্যা কৰে পত্নীক।
-
নিহত মহিলাগৰাকীৰ নাম মৌচুমী মাঝি।
-
ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত।