New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/06/pregnant-lady.jpg)
ধিঙৰ ভকত গাঁৱত চাঞ্চল্যকৰ ঘটনা।
গৰ্ভৱতী পত্নীক ছুৰীৰে আক্রমণ এজনৰ।
মঙলবাৰে সংঘটিত হয় এই ঘটনা।
আক্রমণকাৰী স্বামীৰ নাম অনন্ত নাথ।
সংকটজনক অৱস্থাত মহিলাগৰাকীক নগাঁৱৰ চিকিৎসালয়লৈ প্রেৰণ।
ঘটনা সংঘটিত কৰি পলায়ন কৰে স্বামী অনন্ত নাথ।
কি কাৰণে এই ঘটনা সংঘটিত হয় এতিয়ালৈকে জানিব পৰা হোৱা নাই।