/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/02f3a2b6-23f4-4ea2-944a-f45437de29b7/5107be16_afdc_4c8d_8285_5b2153fbf3c7.jpg)
ডিজিটেল ডেস্কঃ আজি ঘোষণা হ’ব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল। পুৱা ৯ বজাৰ লগে লগে আনুষ্ঠানিকভাৱে ঘোষণা হ’ব এই ফলাফল। শিক্ষামন্ত্ৰী ৰনোজ পেগুৱে বুধবাৰে সন্ধিয়া টুইটাৰ জৰিয়তে সদৰি কৰে এই কথা।
https://ahsec.gov.in , https://www.results.shiksha , https://iresults.net , https://www.indiaresults.com , https://iresults.in , https://www.fastresult.in , https://assamjobalerts.com , https://www.assamresult.in , এইকেইটা ৱেবচাইটৰ জৰিয়তে লাভ কৰিব ফলাফল। উল্লেখ কৰা প্ৰয়োজন যে, এইবাৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত নাথাকে কোনো স্থানপ্ৰাপ্তৰ ব্যৱস্থা।
এইবাৰ ২,৮০,২১৬ গৰাকী পৰীক্ষাৰ্থী উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত (Higher Secondary Final Examination) অৱতীৰ্ণ হৈছিল। ইয়াৰে ১,৩৭,৪৮৪ জন ছাত্ৰ আৰু ১,৪২,৭৩২ গৰাকী ছাত্ৰী।