Published on :
Updated on :
- চূড়ান্ত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত কেনেদৰ নাম চাব পাৰিব সেই সম্পৰ্কে প্ৰকাশ কৰিছে এন আৰ চি কৰ্তৃপক্ষই।
- ১. (ক) ৩০/০৭/২০১৮ তাৰিখে প্ৰকাশিত সম্পূৰ্ণ খচৰা এন আৰ চিত নাম অন্তৰ্ভুক্ত নোহোৱাৰ বাবে দাবী প্ৰ-পত্ৰ দাখিল কৰা ব্যক্তিসকলে নাইবা,
- (খ) ২৬/০৬/২০১৯ তাৰিখে প্ৰকাশিত অতিৰিক্ত বাদ দিয়া তালিকা মৰ্মে সম্পূৰ্ণ খচৰা এন আৰ চিৰ পৰা বাদ পৰা ব্যক্তিসকলে নাইবা ,
- (গ) সম্পূৰ্ণ খচৰা এন আৰ চিত অন্তৰ্ভুক্ত হোৱা যিসকল ব্যক্তিৰ বিৰুদ্ধে আপত্তি দাখিল কৰা হৈছিল সেই ব্যক্তিসকলে-
- তেওঁলোকৰ নিৰ্ধাৰিত এন এছ কেত/চক্ৰ বিষয়াৰ কাৰ্যালয়ত/উপায়ুক্তৰ কাৰ্য্যালয়ত চূড়ান্ত এন আৰ চিৰ সংযোজনী অন্তৰ্ভুক্তিৰ তালিকাত তেওঁলোকৰ স্থিতি চাব লাগিব। এই তালিকাখন কেৱল সংযোজনী অন্তৰ্ভুক্তিৰ তালিকা।
- (ঘ) এন আৰ এন টাইপ কৰিও অনলাইন চাব পৰা যাব।
Asomiya Pratidin
www.asomiyapratidin.in