হোটেল নন্দনত ৭০ সংগঠনৰ প্ৰতিনিধিৰ সৈতে অগপ নেতৃত্বৰ ৰুদ্ধদ্বাৰ বৈঠক

হোটেল নন্দনত ৭০ সংগঠনৰ প্ৰতিনিধিৰ সৈতে অগপ নেতৃত্বৰ ৰুদ্ধদ্বাৰ বৈঠক
  • নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধী আইনৰ বিৰুদ্ধে সংগ্ৰামৰত ৭০ সংগঠনৰ সৈতে অগপৰ বৈঠক।
  • দেওবাৰে নিশা ৯.০০ বজাৰ পৰা হোটেল নন্দনত অনুষ্ঠিত হৈছে এই ৰুদ্ধদ্বাৰ বৈঠক।
  • বিধেয়কখন বাতিলৰ দাবীক অধিক শক্তিশালী ৰূপত উত্থাপনৰ বাবে সংকল্পৱদ্ধ হৈছে সকলো।
  • যিকোনো প্ৰকাৰে চৰকাৰক এই বিধেয়ক বাতিলৰ বাবে বাধ্য কৰাৰ ৰণকৌশলৰ ওপৰত আলোচনা।
  • বৈঠকত অগপ দলৰ সভাপতি অতুল বৰা, কাৰ্যকৰী সভাপতি কেশৱ মহন্ত আৰু শীৰ্ষ নেতা ৰমেন কলিতা, সত্যব্ৰত কলিতায়ো লৈছে অংশ।
  • ৭০টা সংগঠনৰ অধিকাংশ নেতাসহ কৃষক নেতা অখিল গগৈ আৰু যুৱ ছাত্ৰ নেতা পলাশ ছাংমায়ো উপস্থিত আছে বৈঠকত।
  • কিছু সময় পূৰ্বে মাত্ৰ আৰম্ভ হোৱা বৈঠক নিশা ১০ বজালৈকে চলাৰ সম্ভাৱনা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in