অসম মুখ্য-পৃষ্ঠা বাতিল নগালেণ্ডৰ হৰ্ণবিল ফেষ্টিভেল… বাতিল নগালেণ্ডৰ হৰ্ণবিল ফেষ্টিভেল… asomiyapratidin 07 Dec 2021 13:02 IST Follow UsNew Updateঐতিহাসিক হৰ্ণবিল ফেষ্টিভেল বাতিল নগালেণ্ড চৰকাৰৰ।নগালেণ্ড কেবিনেটত গ্ৰহণ কৰা হয় এই সিদ্ধান্ত।বাতিল কৰা হৈছে পৰৱৰ্তী কাৰ্যসূচী সমূহ।উল্লেখ্য যে, ১০ দিনকৈ উদযাপিত এই উৎসৱৰ আজি অষ্টমটো দিন।আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক