Published on:
Updated on:
- হোজাইৰ ২নং কানাবলী টোপ গাঁৱত ৰূপসিং হালোৱা নামৰ লোকজনৰ আক্ৰমণত নিহত এজন যুৱক।
- নিহত যুৱকজনৰ নাম জগদীশ হালোৱা ।
- কাজিয়াৰ সূত্ৰপাতৰ ফলতে সংঘটিত হয় এই নৃশংস হত্যাকাণ্ডৰ ঘটনা।
- আৰক্ষীয়ে আটক কৰে আক্ৰমণকাৰী ৰূপসিং হালোৱাক।
Code:
Asomiya Pratidin
www.asomiyapratidin.in