Published on:
Updated on:
- হোজাইত বৃহস্পতিবাৰে আৰক্ষীয়ে উদ্ধাৰ কৰে এখন এল্ট'।
- মোৰাঝাৰৰ ৰহমত নগৰত উদ্ধাৰ এল্ট'খন।
- নিশাৰে পৰা ৰখাই থোৱা আছিল গৰাকীবিহীন এল্ট'খন।
- আৰক্ষীয়ে উদ্ধাৰ কৰা বাহনখনৰ নম্বৰ এএছ-০২ইউ-৫৭১৯।
- ঘটনাক কেন্দ্ৰ কৰি চৌধুৰী বজাৰ আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।
Code:
Asomiya Pratidin
www.asomiyapratidin.in