Published on:
Updated on:
- হোজাইৰ নীলবাগানত ভয়ংকৰ পথ দুৰ্ঘটনা।
- মোবাৰকবস্তিত সংঘটিত হৈছে এই দুৰ্ঘটনা।
- ৰৈ থকা ট্ৰাকৰ তলত সোমাল এখন অটো।
- নিয়ন্ত্ৰণ হেৰুৱাই ট্ৰাকৰ তলত অটো সোমোৱাৰ বাবে প্ৰাণ গ'ল ৩জন লোকৰ।
- ৫৪নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই দুৰ্ঘটনা।
- নিহত এগৰাকী মহিলাক চিনাক্ত।
- মহিলাগৰাকীৰ নাম চালেহা বেগম।
- ডবকাত ঘৰ মহিলাগৰাকীৰ।
- ইফালে জানিব পৰা হোৱা নাই বাকী দুজন নিহতৰ পৰিচয়।
Code:
Asomiya Pratidin
www.asomiyapratidin.in