New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/03/march.jpg)
- ৰাজ্যৰ স্বাস্থ্য তথা বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ল'লে কোভিড ভেকচিন ।
- জি এম চিএইচত কোভিড ভেকচিন গ্ৰহন কৰে মন্ত্ৰী গৰাকীয়ে ।
- কোভিড ভেকচিনৰ প্ৰথম ডোজ গ্ৰহন কৰে মন্ত্ৰী গৰাকীয়ে ।
- ৰাজ্যৰ ৪৫ বছৰৰ উৰ্ধৰ সকলোকে কোভিড ভেকচিন লোৱাৰ আহ্বান জনাই মন্ত্ৰী গৰাকীয়ে ।
- সোমবাৰে ৰাতিপুৱা দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও গ্ৰহন কৰিছিল কোভিড ভেকচিন ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us