Published on:
Updated on:
- গুৱাহাটীত শনিবাৰে ৭৭৭জন লোকৰ দেহত কোৰোনা ধৰা পৰাৰ পাছতে চিন্তিত ৰাজ্যৰ স্বাস্থ্য বিভাগ।
- লকডাউন কিছু পৰিমাণে শিথিল কৰাৰ বাবে দিয়া নিৰ্দেশনা পুনৰ বিৱেচনা কৰাৰ কথা প্ৰকাশ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণৰ।
- দেওবাৰে প্ৰকাশ হ'ব নতুন নিৰ্দেশনা।
- হয়তো বাতিল হ'ব পাৰে লকডাউন শিথিল কৰাৰ নিৰ্দেশনা।
- দেওবাৰে সংবাদমেল সম্বোধন কৰিব স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
- এই সংবাদমেলত কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ দিয়াৰ সম্ভাৱনা।
- কোৰোনা সন্দৰ্ভত সবিশেষ ক'ব মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
- বিয়লি ৪ বজাত স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে সংবাদমেল সম্বোধন কৰিব।
- জনতা ভৱনত সংবাদমেল সম্বোধন কৰিব স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে।
Code:
Asomiya Pratidin
www.asomiyapratidin.in