New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/04/HIMANTA-PREES-MEET.jpg)
ফাইল ফটো
- মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল।
- বহিঃৰাজ্যৰ পৰা আহিব পাৰিব অসমৰ লোকসকল।
- দেওবাৰৰ পৰা চিকিমৰ বাদে উত্তৰ পূৰ্বৰ প্ৰতিখন ৰাজ্যৰ সীমান্ত খুলি দিব।
- বাহিৰৰ পৰা অহা লোকসকলৰ ক্ষেত্ৰত নডাল অফিচাৰ হিচাপে জিপি সিঙক দায়িত্ব।
- অসমত ৬ বজাৰৰ পৰা থাকিব সান্ধ্য আইন।