Published on:
Updated on:
- আমিনগাওঁত ভোটাধিকাৰ সাব্যস্ত কৰিয়েই নগাওঁৰ ভেৰভেৰী স্থিত মৃত্যঞ্জয় মন্দিৰত পূজা অৰ্চনা হিমন্ত বিশ্ব শৰ্মাৰ ।,
- হেলিকপ্তাৰ যোগে নগাওঁলৈ যাত্ৰা কৰে মন্ত্ৰী গৰাকীয়ে ।
- মৃত্যুঞ্জয় মন্দিৰ প্ৰদক্ষিন কৰি ধূপ-চাকি- নৈবদ্যৰে পূজা আগবঢ়াই মন্ত্ৰী গৰাকীয়ে ।
- ইফালে পূজা- অৰ্চনা কৰি সংবাদ মাধ্যমৰ সন্মুখত কয় যে কোভিডৰ বাবে অধিক ৰেল ষ্টেছন, বিমান বন্দৰত অধিক কঠোৰ হ'ব কোভিডৰ নীতি নিৰ্দেশনা ।
- প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ৩৫ৰ পৰা ৪০ খন আৰু দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত ২০ৰ পৰা ২৫ খন আসন লাভ কৰিব বুলি মন্তব্য কৰে ।
Code:
Asomiya Pratidin
www.asomiyapratidin.in